অসমত আকৌ ৮৬জন কোভিড পজিটিভ, কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১১৫১৩জনলৈ বৃদ্ধি…

অসমত আকৌ ৮৬জন কোভিড পজিটিভ, কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা ২১১৫১৩জনলৈ বৃদ্ধি…
  • ৰাজ্যত আকৌ ৮৬জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • তাৰ ভিতৰত ২০জন কামৰূপ মেট্ৰ'ৰ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৫১৩জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ২০৭৩৯৪জনলৈ বৃদ্ধি পাইছে।
  • আনহাতে, চিকিৎসাধীন হৈ আছে ৩১৪২জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৯৭৪জনলৈ বাঢ়িছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in