ৰাজ্যত আকৌ ২৩৯৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ, মৃত্যুৰ সংখ্যা ৫১১লৈ বৃদ্ধি…

ৰাজ্যত আকৌ ২৩৯৪জনৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ, মৃত্যুৰ সংখ্যা ৫১১লৈ বৃদ্ধি…
  • ৰাজ্যত বুধবাৰে আকৌ ২৩৯৪জনৰ দেহত ধৰা পৰে কোভিড পজিটিভ।
  • ইয়াৰে ৫৫৬জন কামৰূপ মেট্ৰ, ১৮৪জন ডিব্ৰুগড়, ১৬১জন যোৰহাট আৰু ১৫৮জন গোলাঘাটৰ।
  • ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৪৮৯৬৮জনলৈ বৃদ্ধি পাইছে।
  • ইফালে, বুধবাৰৰ দিনটোত এই ভাইৰাছত আক্ৰান্ত ২৪৬৪জন লোক সুস্থ হৈছে।
  • ৰাজ্যত সুস্থ হোৱা লোকৰ সংখ্যা ১১৯৩৬৪জনলৈ বৃদ্ধি পাইছে।
  • আৰু চিকিৎসাধীন হৈ আছে ২৯০৯১জন ৰোগী।
  • আনহাতে, কোভিডত আক্ৰান্ত হৈ ৫১১জন লোকৰ হৈছে মৃত্যু।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in