ৰাজ্যত পুনৰ কেইবাজনোৰ দেহত ধৰা পৰিছে কোভিড…

ৰাজ্যত পুনৰ কেইবাজনোৰ দেহত ধৰা পৰিছে কোভিড…
  • বিগত ২৪ ঘণ্টাত ৰাজ্যত নতুনকৈ ৪ জনৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।
  • এই সময়ছোৱাত মুঠ ৮২২ গৰাকী লোকৰ দেহত কৰা হৈছিল কোভিডৰ পৰীক্ষা।
  • সেই অনুসৰি কোভিড পজিটিভিটিৰ হাৰ ০.৪৯ শতাংশ।
  • কামৰূপ মহানগৰ জিলাত ৩ জন আৰু কামৰূপ মহানগৰ জিলাত ১ জন ব্যক্তিৰ দেহত ধৰা পৰিছে কোভিডৰ উপস্থিতি।
  • আনহাতে এই সময়ছোৱাত কোভিড আক্ৰান্ত হৈ মৃত্যুৰ সংখ্যা শূন্য।
  • বৰ্তমান ৰাজ্যত মুঠ ১৮ গৰাকী লোক দেহত সক্ৰিয় হৈ আছে কোভিড ভাইৰাছ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in