সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছৰ সন্ত্ৰাস, ক’ত, কিমান লোকে হেৰুৱাইছে প্ৰাণ, সবিশেষ

সমগ্ৰ বিশ্বতে ক্ৰমাৎ বৃদ্ধি পাইছে  কোৰোনা ভাইৰাছৰ সন্ত্ৰাস, ক’ত, কিমান লোকে হেৰুৱাইছে প্ৰাণ, সবিশেষ

সময়ঃ ৬ এপ্ৰিল, ২০২০ৰ পুৱা ১১ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,২৭৪,৩৪৬জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ৬৯,৪৮০জন

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১৫,৮৮৭জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (৩২৬,৮৩০জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

আমেৰিকাঃ ৯,৬১৮জন।
• ইটালীঃ ১৫,৮৮৭জন।
• চীনঃ ৩,৩৩১জন।
• স্পেইনঃ ১২,৬৪১জন।
• ইৰাণঃ ৩৬০৩জন।
• ইংলেণ্ডঃ ৪৯৩৪জন।
• ফ্ৰান্সঃ ৮০৭৮জন।
• বাংলাদেশঃ ১০ জন।
• পাকিস্তানঃ ৫০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৫জন।
• গ্ৰীচঃ ৭৩জন।
• জাপানঃ ৮৫জন।
• ভাৰতঃ ১১৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ৪২৯৮জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১১৮জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৬
  • মহাৰাষ্ট্ৰঃ ৭৪৮
  • কেৰালাঃ ৩১৪
  • তামিলনাডুঃ ৫৭১
  • দিল্লীঃ ৫০৩
  • অন্ধ্ৰপ্ৰদেশঃ ২৫২
  • ৰাজস্থানঃ ২৭৪
  • তেলেংগানাঃ ৩৩৪
  • উত্তৰপ্ৰদেশঃ ২৭৮
  • কৰ্ণাটকঃ ১৫১
  • মধ্যপ্ৰদেশঃ ১৯৩
  • গুজৰাটঃ ১২৮
  • জম্মু-কাশ্মীৰঃ ১০৬
  • পঞ্জাৱঃ ৬৮
  • হাৰিয়ানাঃ ৯০
  • পশ্চিমবংগঃ ৮০
  • বিহাৰঃ ৩২
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • উত্তৰাখণ্ডঃ ২৬
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ ৪
  • মিজোৰামঃ ১

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in