কোৰোনা ভাইৰাছে বিশ্বত প্ৰাণ কাঢ়িলে ৮২,০৮৫ গৰাকী লোকৰ, সবিশেষ

কোৰোনা ভাইৰাছে বিশ্বত প্ৰাণ কাঢ়িলে ৮২,০৮৫ গৰাকী লোকৰ, সবিশেষ

সময়ঃ ৮ এপ্ৰিলৰ পুৱা ১০ বজালৈ

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ১,৪৩১,৯৫১ জন

মৃত্যু হোৱা লোকৰ সংখ্যাঃ ৮২,০৮৫

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃইটালীত (১৭,১২৭জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃআমেৰিকাত (৪০০,৫৪০জন)

কেইখনমান দেশত কোৰোনা ভাইৰাছত মৃত্যু হোৱা লোকৰ তথ্য-

আমেৰিকাঃ ১২,৮৫৭জন।
• ইটালীঃ ১৭,১২৭জন।
• চীনঃ ৩,৩৩৩জন।
• স্পেইনঃ ১৪,০৪৫জন।
• ইৰাণঃ ৩,৮৭২ জন।
• ইংলেণ্ডঃ ৬১৫৯জন।
• ফ্ৰান্সঃ ১০,৩২৮জন।
• বাংলাদেশঃ ১৭ জন।
• পাকিস্তানঃ ৫৮জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৫৮জন।
• গ্ৰীচঃ ৮১জন।
• জাপানঃ ৯৩ জন।
• ভাৰতঃ ১৬০জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৫৩৫৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ১৫৭জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা–

  • অসমঃ ২৮
  • মহাৰাষ্ট্ৰঃ ১০১৮
  • তামিলনাডুঃ ৬৯০
  • দিল্লীঃ ৫৭৬
  • তেলেংগানাঃ ৪০৪
  • ৰাজস্থানঃ ৩৪৮
  • কেৰালাঃ ৩৩৬
  • উত্তৰপ্ৰদেশঃ ৩৩২
  • অন্ধ্ৰপ্ৰদেশঃ ৩১৪
  • মধ্যপ্ৰদেশঃ ২৯০
  • গুজৰাটঃ ১৭৫
  • কৰ্ণাটকঃ ১৭৫
  • হাৰিয়ানাঃ ১৪৩
  • জম্মু-কাশ্মীৰঃ ১২৫
  • পঞ্জাৱঃ ৯৯
  • পশ্চিমবংগঃ ৯১
  • বিহাৰঃ ৩৮
  • উত্তৰাখণ্ডঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ১০
  • গোৱাঃ ৭
  • ঝাৰখণ্ডঃ ৪
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • মিজোৰামঃ ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in