গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ…

গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ…
  • অসমত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।
  • আক্ৰান্ত ৩ জন কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ।
  • আক্ৰান্ত দুজন লোক নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত আছিল।
  • অসমত মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২৩ গৰাকীলৈ বৃদ্ধি।
  • ইয়াৰ পূৰ্বে আক্ৰান্ত হৈ আছিল ২০ জন লোক।
  • আক্ৰান্ত সকলো লোককে চিকিৎসা প্ৰদান কৰি থকা হৈছে।
  • আক্ৰান্ত ৩ জনৰ এজন স্পেনিছ গাৰ্ডেনৰ বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in