শেহতীয়া খবৰ
বোকাজানত কৰ্তব্যৰত আৰক্ষীক প্ৰহাৰৰ অভিযোগ! স্বামীৰ সৈতে আটক পত্নীক...VIDEO • ভাল খবৰঃ অসমত ওলাইছে সহস্ৰাধিক চাকৰি, পঢ়ক কোন বিভাগত... • কোভিড-১৯ঃ ভাৰতত দেওবাৰে আক্ৰান্ত সৰ্বাধিক লোক, ৭১১১জনৰ দেহত ধৰা পৰিল কোৰোনা... • কৰৈয়নীত অচিনাক্ত মহিলাৰ মৃতদেহ উদ্ধাৰ... • পুনৰ ১৪জনৰ দেহত কোভিড-১৯, ৰাজ্যত ৩৯২জনলৈ বৃ্দ্ধি কোৰোনাত আক্ৰান্ত লোকৰ সংখ্যা... • ছাত্ৰ-ছাত্ৰীৰ বাবে কোৰোনাত আক্ৰান্ত শিক্ষকৰ চিন্তা, কোৱাৰেন্টাইন চেন্টাৰৰ পৰাই অনলাইনযোগে দিছে শিক্ষা... • হ’ব লাগে ফাঁচী! যাব নোৱাৰিব সনাতন ডেকাৰ হত্যাকাৰী বাচি... • গৃহাভিমুখী প্ৰসুতিয়ে শ্ৰমিক ৰে'লেতেই জন্ম দিলে ২০টাকৈ সন্তানৰ... • হোণ্ডাইৰ প্লেন্টত ৩ কৰ্মচাৰী কোৰোনাত আক্ৰান্ত... • অৰুণাচলত আন এজন লোকৰ দেহত কোভিড-১৯...

গুৱাহাটীবাসী সাৱধান, স্পেনিছ গাৰ্ডেন পালেহি কোৰোনা ভাইৰাছ…

15,092
  • অসমত পুনৰ ৩ গৰাকী লোকৰ দেহত কোৰোনা ভাইৰাছ।
  • মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সদৰি কৰিছে এই কথা।
  • আক্ৰান্ত ৩ জন কামৰূপ মহানগৰ, কামৰূপ আৰু মৰিগাঁও জিলাৰ।
  • আক্ৰান্ত দুজন লোক নিজামুদ্দিন মাৰ্কাজৰ সৈতে জড়িত আছিল।
  • অসমত মুঠ আক্ৰান্ত লোকৰ সংখ্যা ২৩ গৰাকীলৈ বৃদ্ধি।
  • ইয়াৰ পূৰ্বে আক্ৰান্ত হৈ আছিল ২০ জন লোক।
  • আক্ৰান্ত সকলো লোককে চিকিৎসা প্ৰদান কৰি থকা হৈছে।
  • আক্ৰান্ত ৩ জনৰ এজন স্পেনিছ গাৰ্ডেনৰ বুলি জানিব পৰা গৈছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি