উত্তব পূবত দ্বিতীয়জন কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক চিনাক্ত…

উত্তব পূবত দ্বিতীয়জন কোৰোনা ভাইৰাছত আক্ৰান্ত লোকক চিনাক্ত…
  • উত্তৰ পূবত দ্বিতীয়জন লোক কোৰোনা ভাইৰাছত আক্ৰান্তৰূপে চিনাক্ত।
  • ৫০ বছৰীয়া এজন লোকৰ দেহত ধৰা পৰিছে কোৰোনা ভাইৰাছ।
  • জানিব পৰা মতে এই লোকজন হলেণ্ড ভ্ৰমণলৈ গৈছিল।
  • পত্নী আৰু ২ পুত্ৰৰ সৈতে গৈছিল হলেণ্ড ভ্ৰমণলৈ।
  • বৰ্তমান লোকজন জোৰাম মেডিকেল কলেজত ৰখা হৈছে।
  • উল্লেখ্য যে, লোকজনৰ ঘৰ মিজোৰামত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in