সাৱধানঃ কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰম পালেহি ভাৰত

সাৱধানঃ কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি  অমিক্ৰম পালেহি ভাৰত
  • কোৰোনাৰ অতি সংক্ৰামক নতুন প্ৰজাতি অমিক্ৰম পালেহি ভাৰত।
  • কৰ্ণাটকৰ দুজন লোকৰ দেহত ধৰা পৰিছে এই প্ৰজাতিৰ সংক্ৰমণ।
  • দুয়োগৰাকী লোক দক্ষিণ আফ্ৰিকাৰ পৰা আহিছিল বুলি প্ৰশাসনৰ তথ্য।
  • দুয়োজনকে চিকিৎসালয়ত আছুতীয়া কক্ষত ৰখা হৈছে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in