কোৰোনাঃ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃৰ বিয়োগ…

কোৰোনাঃ বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃৰ বিয়োগ…
  • বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ পুলকেশ বৰুৱাৰ ভাতৃৰ বিয়োগ।
  • JNUৰ প্ৰাক্তন অধ্যাপক আছিল ড০ অলকেশ বৰুৱাৰ মৃত্যু।
  • ৪দিনৰ আগতে কোৰোনাত আক্ৰান্ত হৈছিল তেওঁ।
  • হাস্পতাল নাপাই ঘৰতে অক্সিজেন লৈ আছিল তেওঁ।
  • অৱশেষত তেওঁৰ আজি মৃত্যু হয়।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in