কোৰোনামুক্ত হ’ল ওদালগুৰিৰ উপায়ুক্ত…

কোৰোনামুক্ত হ’ল ওদালগুৰিৰ উপায়ুক্ত…
  • কোভিড-১৯ মুক্ত হ'ল ওদালগুৰি জিলা উপায়ুক্ত।
  • শেহতীয়া কোভিড-১৯ পৰীক্ষাৰ ফলাফলত কোভিড-১৯ নিগেটিভ আহিছে উপায়ুক্ত প্ৰকাশ ৰঞ্জন ঘৰফলীয়াৰ।
  • আজি ওদালগুৰিত কৰ্তব্যত যোগদান কৰিব উপায়ুক্তগৰাকীয়ে।
  • ইতিমধ্যে ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইন কৰা হৈছে উপায়ুক্তগৰাকীক।
  • নিজ চৰকাৰী বাসভৱনৰ পৰাই চলাই যাব বিভাগীয় কাম।
  • ২৩ জুনত কোভিড-১৯ত আক্ৰান্ত হৈছিল উপায়ুক্তগৰাকী‌।
  • ইতিমধ্যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় চিকিৎসালয়ৰ পৰা কোভিডমুক্ত ঘোষণাৰে অব্যহতি দিয়া হৈছে উপায়ুক্তগৰাকীক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in