অসমত শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হোৱা ৫৭২ গৰাকী লোকৰ ৩৮০ গৰাকীয়েই গুৱাহাটীৰ…

অসমত শেহতীয়াকৈ কোৰোনাত আক্ৰান্ত হোৱা ৫৭২ গৰাকী লোকৰ ৩৮০ গৰাকীয়েই গুৱাহাটীৰ…

ডিজিটেল ডেস্কঃ অসমত মঙলবাৰে নিশা নতুনকৈ কোৰোনাত আক্ৰান্ত হৈছে ৫৭২জন লোক। আক্ৰান্তসকলৰ অধিকাংশই গুৱাহাটী মহানগৰীৰ। স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। মুঠ আক্ৰান্তৰ ৩৮০ গৰাকীয়ে গুৱাহাটী মহানগৰীৰ।

ইফালে ৰাজ্যত কোৰোনাত আক্ৰান্ত হোৱা মুঠ লোকৰ সংখ্যা ৮,৪০৭ গৰাকীলৈ বৃদ্ধি পাইছে। এতিয়ালৈকে এই ৰোগৰ পৰা আৰোগ্য হৈছে ৫,৬৪৭ জন লোক। অসমৰ হাস্পতালত এতিয়াও আছে ২,৭৪৫ গৰাকী লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in