হ’বনে নিয়ন্ত্ৰণ কোৰোনাৰ সন্ত্ৰাস! বিগত ২৪ ঘন্টাত ভাৰতত ৫০৭ জন লোকে হেৰুৱালে প্ৰাণ…

হ’বনে নিয়ন্ত্ৰণ কোৰোনাৰ সন্ত্ৰাস! বিগত ২৪ ঘন্টাত ভাৰতত ৫০৭ জন লোকে হেৰুৱালে প্ৰাণ…

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৮,৬৫৩ গৰাকী লোক। এই সময়খিনিত ৫০৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা হৈছেগৈ ৫,৮৫,৭০৩ গৰাকী। ভাৰতত এতিয়ালৈকে সুস্থ হৈছে ৩,৪৭,৮৩৯ জন লোক। উল্লেখ্য য, ভাৰতত এতিয়ালৈকে কোৰোনাৰ ফলত মৃত্যু হৈছে ১৭,৪১০ গৰাকী লোকৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in