শেহতীয়া খবৰ
দৰিদ্ৰতাই কোঙা কৰা শিমলুগুৰিৰ দুই ভগ্নীৰ কৰুণ গাঁথা  •  অখিলৰ বিষয়ক লৈ দিছপুৰত শীৰ্ষ পৰ্যালোচনা বৈঠকঃ মুখ্য সচিব, আৰক্ষী সঞ্চালকৰ সৈতে বহিল মুখ্যমন্ত্ৰী...  •  ৪৫ বছৰতকৈ অধিক বয়সৰ লোক সকলৰ বাবে কোৰোনা বিপদজনক!  •  ডবকাৰ কোৱাৰেন্টাইন চেন্টাৰত এজন লোকৰ আত্মহত্যা...  •  এঘন্টাত এহাজাৰতকৈ অধিক আক্ৰান্ত! ভাৰতত কোৰোনাৰ অভিলেখ...  •  সাতগাঁও আৰক্ষী থানাত কোৰোনাঃ আক্ৰান্ত ১২জন...  •  ৮জনকৈ আৰক্ষীক হত্যা কৰা বিকাশ ডুবেক এনকাউন্টাৰ...  •  ৰাজ্যত পুনৰ ৫৬৮জনৰ দেহত কোভিড-১৯...  •  ১ মিনিটত ২৫ খবৰ...  •  ৰাজ্যত আৰম্ভ প্লাজমা থেৰাপী, জিএমচিএইচত থকা ২৮জন কোৰোনাক্ৰান্ত ৰোগীৰ অৱস্থা সংকটজনক...

হ’বনে নিয়ন্ত্ৰণ কোৰোনাৰ সন্ত্ৰাস! বিগত ২৪ ঘন্টাত ভাৰতত ৫০৭ জন লোকে হেৰুৱালে প্ৰাণ…

300

ডিজিটেল ডেস্কঃ দেশত ক্ৰমান্বয়ে বৃদ্ধি পাইছে কোৰোনাত আক্ৰান্তৰ সংখ্যা। বিগত ২৪ ঘন্টাত ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে ১৮,৬৫৩ গৰাকী লোক। এই সময়খিনিত ৫০৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে।

ভাৰতত বৰ্তমান কোৰোনাত আক্ৰান্ত সৰ্বমুঠ লোকৰ সংখ্যা হৈছেগৈ ৫,৮৫,৭০৩ গৰাকী। ভাৰতত এতিয়ালৈকে সুস্থ হৈছে ৩,৪৭,৮৩৯ জন লোক। উল্লেখ্য য, ভাৰতত এতিয়ালৈকে কোৰোনাৰ ফলত মৃত্যু হৈছে ১৭,৪১০ গৰাকী লোকৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি