শেহতীয়া খবৰ
জি-৭ত প্ৰধানমন্ত্ৰী মোদীঃ এক পৃথিৱা, এক স্বাস্থ্যৰ বাৰ্তা প্ৰেৰণ...  •  ওৰাঙত এছ এছ বিৰ প্ৰশংসনীয় পদক্ষেপ ! কৈলাশ দেৱালয়ত ১১০ টা গছ পুলি ৰোপন....  •  হৃদ ৰোগত আক্ৰান্ত হৈ কংগ্ৰেছ নেত্ৰীৰ বিয়োগ...  •  চিচিবৰগাঁৱৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে দুজন নিহত...  •  কোভিডৰ সংক্ৰমণৰ বাবে সুক্ষ্ম নিয়ন্ত্ৰণ কেন্দ্ৰ ঘোষণা কৰা অঞ্চলত খাদ্য সামগ্ৰী বিতৰণ...  •  এচিয়াৰ দ্বিতীয় বৃহত্তম হাতীমূৰাস্থিত কলং উত্তোলিত জলসিঞ্চন আঁচনি এতিয়া ধোঁৱাচাঙত...  •  মাইক্ৰ'ফাইনেন্সৰ ঋণ মাফ সৰ্ম্পকত সদৌ অসম গ্ৰামীণ শ্ৰমিক সন্থাৰ তীব্ৰ প্ৰতিবাদ  •  অসমত পুনৰ ৩৪৬৩জন কোভিড পজিটিভ, ৪২জনে হেৰুৱাইছে প্ৰাণ...  •  মাধ্যমিক শিক্ষাৰ ঠিকাভিত্তিক শিক্ষকে লাভ কৰিব তিনি মাহৰ দৰমহা...  •  মোৰাঝাৰত বিধ্বংসী অগ্নিকাণ্ড! দহ লক্ষাধিক টকাৰ ক্ষয়-ক্ষতি

অন্ধ্ৰপ্ৰদেশত স্কুল খোলাৰ ৩ দিন পিছতেই কোৰোনাত আক্ৰান্ত ৪২২জন ছাত্ৰ-শিক্ষক…

ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত উচ্চ শ্ৰেণী সমূহ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তই এতিয়া হিতে বিপৰীতহে সাধিছে। অন্ধ্ৰৰ জগন মোহন ৰেড্ডী চৰকাৰে নৱম আৰু দশম শ্ৰেণী সমূহ ২ নবেম্বৰৰ পৰা খোলাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ ৩ দিন পিছতে ৪২২ জন ছাত্ৰ আৰু শিক্ষক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ২৬২ জন ছাত্ৰ আৰু ১৬০ গৰাকী ছাত্ৰ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি