অন্ধ্ৰপ্ৰদেশত স্কুল খোলাৰ ৩ দিন পিছতেই কোৰোনাত আক্ৰান্ত ৪২২জন ছাত্ৰ-শিক্ষক…

অন্ধ্ৰপ্ৰদেশত স্কুল খোলাৰ ৩ দিন পিছতেই কোৰোনাত আক্ৰান্ত ৪২২জন ছাত্ৰ-শিক্ষক…

ডিজিটেল ডেস্কঃ অন্ধ্ৰ প্ৰদেশত উচ্চ শ্ৰেণী সমূহ খোলাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে লোৱা সিদ্ধান্তই এতিয়া হিতে বিপৰীতহে সাধিছে। অন্ধ্ৰৰ জগন মোহন ৰেড্ডী চৰকাৰে নৱম আৰু দশম শ্ৰেণী সমূহ ২ নবেম্বৰৰ পৰা খোলাৰ সিদ্ধান্ত লৈছিল।

ইয়াৰ ৩ দিন পিছতে ৪২২ জন ছাত্ৰ আৰু শিক্ষক কোৰোনাত আক্ৰান্ত হৈছে। ইয়াৰে ২৬২ জন ছাত্ৰ আৰু ১৬০ গৰাকী ছাত্ৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in