নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল কৰ্ণাটকৰ ৩৯১ গৰাকী লোক, কেবাজনো আক্ৰান্ত হৈছে কোৰোনাত

নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল কৰ্ণাটকৰ ৩৯১ গৰাকী লোক, কেবাজনো আক্ৰান্ত হৈছে কোৰোনাত
  • নিজামুদ্দিন মাৰ্কাজলৈ গৈছিল কৰ্ণাটকৰ ৩৯১ গৰাকী লোক।
  • মাৰ্কাজলৈ যোৱা লোকসকলক হ'ম কোৱাৰেন্টাইনত ৰখা হৈছে।
  • ৯১ গৰাকী লোকৰ নমুনা পৰীক্ষা কৰা হৈছে।
  • ইয়াৰে ১১ গৰাকী লোকৰ কোৰোনা ভাইৰাছৰ উপস্থিতিৰ কথা পোহৰলৈ আহিছে।
  • কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েডিয়েৰাপ্পাই এই কথা সদৰি কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in