দেশত ৩ হাজাৰৰো অধিক হৈছেগৈ COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা…

দেশত ৩ হাজাৰৰো অধিক হৈছেগৈ COVID-19ত আক্ৰান্ত লোকৰ সংখ্যা…

  • কোৰোনা ভাইৰাছত আক্ৰান্ত আৰু মৃত্যু হোৱা লোকৰ সংখ্যা সমগ্ৰ বিশ্বৰ লগতে ভাৰততো প্ৰতিদিনে বৃদ্ধি পাবলৈ ধৰিছে।
  • ভাৰতত বৰ্তমানলৈ ৩০৪৩ লোক আক্ৰান্ত হৈছে COVID-19ত।
  • ইফালে, ৭৮জনকৈ লোকৰ মৃত্যু হৈছে কোৰোনাত আক্ৰান্ত হৈ।
  • উল্লেখ্য যে, দেশত কোৰোনাত আক্ৰান্ত হোৱা ২২১জন লোক সুস্থ হৈ উঠিছে বুলি জানিব পৰা গৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in