কোৰোনাই ভাৰতত প্ৰাণ কাঢ়িলে ১৬০ গৰাকী লোকৰ…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ১৬০লৈ বৃদ্ধি।
  • ভাৰতত কোৰোনাত আক্ৰান্ত হৈছে মুঠ ৫৩৫১ গৰাকী লোক।
  • আৰোগ্য হৈছে মুঠ ৪৬৮ গৰাকী লোক।
  • এতিয়াও চিকিৎসা প্ৰদান কৰি থকা হৈছে ৪,২২৩ গৰাকী লোকৰ।
  • ইফালে মহাৰাষ্ট্ৰতে ভাৰতৰ ভিতৰত সৰ্বাধিক লোক আক্ৰান্ত হৈছে কোৰোনাত।
  • মহাৰাষ্ট্ৰত কোৰোনাত আক্ৰান্ত হৈছে এতিয়ালৈকে ১০১৮ গৰাকী লোক।
  • ৬৪ গৰাকী লোকৰ মৃত্যু হৈছে মহাৰাষ্ট্ৰত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in