শেহতীয়া খবৰ
কোৰোনাৰ আতংক! ৫খন ৰাজ্যৰ পৰা কৰ্ণাটকলৈ ঘূৰি যাব নোৱাৰিব প্ৰবাসী শ্ৰমিক... • পুনৰ ২৫জনৰ দেহত ধৰা পৰিল কোভিড-১৯... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • অৰুণাচল প্ৰদেশৰ মিয়াওত সেনাৰ ব্যাপক অভিযান... • কোৰোনা ৰোগীক চিকিৎসালয়লৈ আনিবলৈ গৈ হঠাৎ পথৰ ওপৰতে ঢলি পৰিল এম্বুলেন্সৰ কৰ্মী... • দেহত কোভিডৰ লক্ষণ, চিকিৎসালয়ত ভৰ্তি বিজেপিৰ এজন ৰাষ্ট্ৰীয় মুখপাত্ৰ... • বন্তি শইকীয়াৰ সৈতে দিল্লীলৈ যোৱা কংকনজ্যোতি বৰাৰ কোৰোনা পৰীক্ষাৰ ফলাফল নিগেটিভ, কোৱাৰেন্টাইন কক্ষৰ পৰা উভতিল ঘৰলৈ • প্ৰৱজিত শ্ৰমিকৰ পৰা ৰে'লে ল'ব নোৱাৰিব ভাড়া, বিনামূলীয়াকৈ দিব লাগিব খাদ্য... • মৰ্মান্তিক ঘটনা! নুমলীগড়ত পুখুৰীত পৰি তিনি শিশুৰ সলিল সমাধি... • লকডাউনত বিপদত পৰা দৰিদ্ৰ লোকৰ কাষত সমাজকৰ্মী পৰীক্ষিত দত্ত, বানপানীয়ে ক্ষতি কৰা এলেকাত ৰাইজৰ বাবে পাৰিলে কঠিয়া

ৰাজ্যত একেলগে ২৬জনৰ দেহত ধৰা পৰিল কোৰোনা, আক্ৰান্তৰ সংখ্যা ২৫৬লৈ বৃদ্ধি…

2,409
  • অসমত পুনৰ একেলগে ২৬জন লোকৰ দেহত ধৰা পৰিছে কোভিড-১৯।
  • আটাইকেইজন লোক সৰুসজাই কোৱাৰেন্টাইন চেন্টাৰৰ বুলি জানিব পৰা গৈছে।
  • ৰাজ্যত বৰ্তমানলৈ ২৫৬জনলৈ বৃদ্ধি পাইছে কোৰোনা ভাইৰাছত আক্ৰান্ত লোক সংখ্যা।
  • ইয়াৰে ৫৪জন লোক ইতিমধ্যে সুস্থ হৈ উঠিছে।
  • ইফালে, ১৯৫জন লোক বৰ্তমানেও চিকিৎসাধীন হৈ আছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি