শেহতীয়া খবৰ
সুখবৰঃ ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত ৪৪৯জন লোক হৈছে সুস্থ...  •  মঙলদৈ অসামৰিক চিকিৎসালয়ৰ ৩ চিকিৎসকসহ কোৰোনাত নতুনকৈ আক্ৰান্ত ১৮ জন...  •  বৃহৎ নদীবান্ধ আৰু কৌশলেৰে এনএইচপিচিলৈ যন্ত্ৰাংশ কঢ়িওৱাৰ প্ৰতিবাদত হাৰমতীত নিশা আছুৰ টায়াৰ জ্বলাই প্ৰতিবাদ... VIDEO  •  মই অখিল গগৈৰ মাক, মাৰি পেলাওক তাক!  •  গুৱাহাটীত ঘৰে ঘৰে চলিব কোভিড টেষ্ট...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  কোৰোনাৰ শংকাৰ মাজতেই কাৰাগাৰত অখিল গগৈৰ পাছত বিতু সোণোৱালো জ্বৰত আক্ৰান্ত হোৱাৰ খবৰ...  •  সোমবাৰৰ দৃশ্যঃ ৰে’লৰ পৰা নামি পলাল যাত্ৰী, গেলামালৰ দোকানত ভিৰ, ঘৰৰ চৌহদত মাছ-মাংসৰ বজাৰ...  •  অৱশেষত ছিগিল গোৱালপাৰাৰ জলেশ্বৰৰ বিধ্বস্ত নদীবান্ধ, ডেৰ শতাধিক ৰাজহ গাঁও ভীতিগ্ৰস্ত...  •  খবৰ পজিটিভ, হোমেন বৰগোঁহাঞিৰ শ্বাব টেষ্ট নিগেটিভ...

গুৱাহাটীত জটিল পৰিস্থিতিঃ লাচিত নগৰৰ পূজাৰীৰ দেহত কোৰোনা…

415
  • মহানগৰীত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে।
  • শেহতীয়াকৈ লাচিত নগৰৰ এগৰাকী পুজাৰীৰ দেহত ধৰা পৰিছে কোৰোনা।
  • উলুবাৰীৰ লাচিত নগৰৰ এটা হনুমান মন্দিৰৰ পূজাৰী আছিল তেওঁ।
  • আক্ৰান্ত পূজাৰীজনৰ নাম ৰমেশ কায়স্থ।
  • কিছুদিনৰ পূৰ্বে তেওঁৰ স্বাৱ সংগ্ৰহ কৰি হৈছিল যদিও বুধবাৰে আহিছে ৰিজাল্ট।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি