গুৱাহাটীত জটিল পৰিস্থিতিঃ লাচিত নগৰৰ পূজাৰীৰ দেহত কোৰোনা…

গুৱাহাটীত জটিল পৰিস্থিতিঃ লাচিত নগৰৰ পূজাৰীৰ দেহত কোৰোনা…
  • মহানগৰীত কোৰোনাকেন্দ্ৰিক পৰিস্থিতি অধিক জটিল হৈ পৰিছে।
  • শেহতীয়াকৈ লাচিত নগৰৰ এগৰাকী পুজাৰীৰ দেহত ধৰা পৰিছে কোৰোনা।
  • উলুবাৰীৰ লাচিত নগৰৰ এটা হনুমান মন্দিৰৰ পূজাৰী আছিল তেওঁ।
  • আক্ৰান্ত পূজাৰীজনৰ নাম ৰমেশ কায়স্থ।
  • কিছুদিনৰ পূৰ্বে তেওঁৰ স্বাৱ সংগ্ৰহ কৰি হৈছিল যদিও বুধবাৰে আহিছে ৰিজাল্ট।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in