কোৰোনাই প্ৰাণ ল’লে শিক্ষকৰ…

কোৰোনাই প্ৰাণ ল’লে শিক্ষকৰ…
  • কোৰোনাত আক্ৰান্ত হৈ লখিমপুৰৰ ঘিলামৰাৰ এগৰাকী শিক্ষকৰ মৃত্যু।
  • শিক্ষকগৰাকীৰ নাম পুলেণ্দ্ৰ গোহাঁই।
  • বিভিন্ন ৰোগৰ ভুগি থকা শিক্ষকগৰাকীৰ মৃত্যুৰ পাছত কোৰোনাৰ ৰিজাল্ট আহিছে পজিটিভ।
  • সামাজিক বিভিন্ কাম-কাজৰ সৈতেও ওতপোতভাৱে জড়িত আছিল গোহাঁই। ট
  • গোহাঁইৰ মৃত্যুত শোক প্ৰকাশ কৰিছে ঢকুৱাখনা আৰু ঘিলামৰাবাসীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in