ৰাজ্যত এটা দিনত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ মৃত্যু, বুধবাৰে ১৮জনে হেৰুৱালে প্ৰাণ…

ৰাজ্যত এটা দিনত সৰ্বাধিক কোৰোনাত আক্ৰান্তৰ মৃত্যু, বুধবাৰে ১৮জনে হেৰুৱালে প্ৰাণ…
  • ৰাজ্যত বুধবাৰৰ দিনটোত কোৰোনাত আক্ৰান্ত ১৮জন লোকে হেৰুৱালে প্ৰাণ।
  • এটা দিনৰ ভিতৰত কোৰোনা মৃত্যু হোৱা সংখ্যা এয়াই সৰ্বাধিক।
  • কোৰোনাত মৃত্যু হোৱা লোক কেইজন ক্ৰমে- দিপ্তী মণি গগৈ, ইন্দেশ্বৰ দাস, ঈদ মহম্মদ, কে জ্ঞানদীয়া,
  • লাবন্য বৰুৱা, মোথাং চুটীয়া, ফুলেশ্বৰী ডেকা, টায়েব আলম বৰা, বিষ্ণুপাড়া সাহা, জগদীশ চন্দ্ৰ দাস,
  • বিভাৰাণী সাহা, গষ্টো চন্দ্ৰ বৰ্মন, মাধবানন্দ গোস্বামী, গোলাপ চন্দ্ৰ দাস,
  • ৰাজানী কান্ত হালৈ, ভূমি দত্ত শৰ্মা, প্ৰফুল্ল কলিতা।
  • ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা ৩৯৬জনলৈ পাইছে বৃদ্ধি।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in