দেশত ৬২ লৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা…

দেশত ৬২ লৈ বৃদ্ধি কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা…
  • দেশত বৃদ্ধি পালে কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা।
  • বুধবাৰে সন্ধিয়াভাগত মুম্বাইত দুজন লোকৰ দেহত কোৰোনাৰ অৱস্থিতি।
  • কোৰোনাত আক্ৰান্ত সংখ্যা বৰ্তমান দেশত ৬২ গৰাকীলৈ বৃদ্ধি।
  • সকলো ৰাজ্যতে স্বাস্থ্য বিভাগে গ্ৰহণ কৰিছে যাৱতীয় ব্যৱস্থা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in