শেহতীয়া খবৰ
যিকোনো মুহূৰ্ততে গ্ৰেপ্তাৰ হ’ব পাৰে বিধায়ক আমিনুল ইছলাম!  •  বাৰে বাৰে কাৰাগাৰলৈ কিয় অখিল গগৈক...  •  লকডাউনৰ সময়ত মানসিক অস্থিৰতা, অৱসাদত ভোগা লোকক সহায় কৰিবলৈ আগবাঢ়ি আহিছে অসম আৰক্ষী...  •  যোৱা ২৪ ঘণ্টাত দিল্লীত COVID-19ত ২০জন লোক আক্ৰান্ত, ১জনৰ মৃত্যুঃ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱাল...  •  অৰবিন্দ কেজৰিৱালৰ টুইটাৰক লৈ গৌতম গম্ভীৰৰ প্ৰতিক্ৰিয়া...  •  লকডাউনৰ মাজত লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ সহযোগী উপাচাৰ্যৰ আৰ্তজনলৈ সহায়...  •  ৩ জুনলৈকে লকডাউন!- কিমান সঁচা এই খবৰ...  •  ডিমাপুৰত দৰিদ্ৰ পৰিয়ালৰ মাজত এন এছ চি এন মুইভা গোটৰ সাহায্য বিতৰণ...  •  ৭ এপ্ৰিলৰ পুৱা ৬ বজাৰ পূৰ্বে নিজামুদ্দিনৰ পৰা অহা সকল চিকিৎসালয়লৈ যাওঁক, নহ’লে আৰক্ষীয়ে ল’ব কঠোৰ আইনী ব্যৱস্থা...  •  কোৰোনা ভাইৰাছঃ সংকটৰ সময়ত ভাৰত চৰকাৰক চীনে দিলে ১.৭০ লাখ পিপিই…

চানমাৰীৰ অলংকাৰ হোটেল কৰ্তৃপক্ষই গেলামালৰ দোকানত গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অংকণ কৰিলে ৰেখা…

278
  • কোৰোনা ভাইৰাছৰ সংক্ৰমৰ প্ৰতি সজাগ হৈছে গুৱাচাটীৰ চানমাৰীস্থিত অলংকাৰ হোটেল কৰ্তৃপক্ষ।
  • অলংকাৰ হোটেল কৰ্তৃপক্ষই গেলামাল সামগ্ৰীৰ গ্ৰাহকৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছে।
  • ১ মিটাৰ দুৰত্বত গ্ৰাহকসকল ৰব পৰাকৈ ৰেখা অংকণ কৰিছে।

  • যাতে কোৰোনা ভাইৰাছ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অলংকাৰ হোটেল কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে।

  • লগতে প্ৰতিজন লোককে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ হোৱাৰ বাবে আহ্বান জনাইছে।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি