চানমাৰীৰ অলংকাৰ হোটেল কৰ্তৃপক্ষই গেলামালৰ দোকানত গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অংকণ কৰিলে ৰেখা…

চানমাৰীৰ অলংকাৰ হোটেল কৰ্তৃপক্ষই গেলামালৰ দোকানত গ্ৰাহকৰ ভিৰৰ প্ৰতি লক্ষ্য ৰাখি অংকণ কৰিলে ৰেখা…
  • কোৰোনা ভাইৰাছৰ সংক্ৰমৰ প্ৰতি সজাগ হৈছে গুৱাচাটীৰ চানমাৰীস্থিত অলংকাৰ হোটেল কৰ্তৃপক্ষ।
  • অলংকাৰ হোটেল কৰ্তৃপক্ষই গেলামাল সামগ্ৰীৰ গ্ৰাহকৰ মাজত সজাগতা অনাৰ প্ৰয়াস কৰিছে।
  • ১ মিটাৰ দুৰত্বত গ্ৰাহকসকল ৰব পৰাকৈ ৰেখা অংকণ কৰিছে।
  • যাতে কোৰোনা ভাইৰাছ সংক্ৰমণ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি অলংকাৰ হোটেল কৰ্তৃপক্ষই এই ব্যৱস্থা গ্ৰহণ কৰিছে।
  • লগতে প্ৰতিজন লোককে কোৰোনা ভাইৰাছৰ সংক্ৰমণৰ প্ৰতি সজাগ হোৱাৰ বাবে আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in