কোৰোনাৰ প্ৰকোপঃ নৈশ সান্ধ্য আইন জাৰি…

কোৰোনাৰ প্ৰকোপঃ নৈশ সান্ধ্য আইন জাৰি…
  • মহাৰাষ্ট্ৰ-কেৰালাৰ পিছত এইবাৰ কোৰোনাৰ প্ৰকোপ বাঢ়িছে পাঞ্জাৱত।
  • পাঞ্জাৱৰ চাৰি জিলাত প্ৰশাসনে জাৰি কৰিছে নৈশ সান্ধ্য আইন।
  • এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালকে।
  • জলন্ধৰ, এছ বি এছ নগৰ, হৌছিয়াৰপুৰ আৰু কপুৰথলাত জাৰি কৰা হৈছে সান্ধ্য আইন।
  • নিশা ১১বজাৰ পৰা ৫বজালৈ অব্যাহত থাকিব নৈশ সান্ধ্য আইন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in