শেহতীয়া খবৰ
মুম্বাইত কোভিড ভেকচিনৰ নাটনি, বন্ধ কৰা হৈছে ৫৪ টা কেন্দ্ৰ...  •  বৰপেটাত পুনৰ এগৰাকী কোভিড আক্ৰান্ত লোকৰ মৃত্যু...  •  ৰং-তুলিকাৰে সজাগতাৰ সৃষ্টি হাজোৰ জ্যোতিস্মিতাৰ...  •  কোৰোনা পৰিস্থিতি সন্দৰ্ভত কেন্দ্ৰক ৰাষ্ট্ৰীয় আঁচনি দাখিল কৰিবলৈ আহ্বান উচ্চতম ন্যায়ালয়ৰ...  •  ৪৫ বছৰৰ ঊৰ্ধ্বৰ সকলো লোককে ভেকচিন ল’বলৈ আহ্বান দৰং জিলা উপায়ুক্তৰ...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ভেকচিন লাগে : নাই সমাজিক দুৰত্ব,নাই কোভিড প্ৰট'কল...  •  ধৰ্ণা আতৰাব খুজিলে এঘন্টাৰ ভিতৰতে চৰকাৰক উত্তৰ দিয়া হ'ব : ৰাকেশ টিকাইট  •  এদিনত দেশত ৩ লাখ ৩২ হাজাৰতকৈ অধিক লোক আক্ৰান্ত কোভিডত,২০৬৩ জনৰ মৃত্যু...  •  দিল্লী চৰকাৰলৈ ছাৰ গংগা ৰাম চিকিৎসালয়ৰ পত্ৰ : ২ ঘন্টাৰ বাবে উপলব্ধ আছে অক্সিজেন...

কোৰোনাৰ প্ৰকোপঃ নৈশ সান্ধ্য আইন জাৰি…

522
  • মহাৰাষ্ট্ৰ-কেৰালাৰ পিছত এইবাৰ কোৰোনাৰ প্ৰকোপ বাঢ়িছে পাঞ্জাৱত।
  • পাঞ্জাৱৰ চাৰি জিলাত প্ৰশাসনে জাৰি কৰিছে নৈশ সান্ধ্য আইন।
  • এই কথা শেহতীয়াকৈ ঘোষণা কৰিছে মুখ্য সচিবৰ লগতে আৰক্ষী সঞ্চালকে।
  • জলন্ধৰ, এছ বি এছ নগৰ, হৌছিয়াৰপুৰ আৰু কপুৰথলাত জাৰি কৰা হৈছে সান্ধ্য আইন।
  • নিশা ১১বজাৰ পৰা ৫বজালৈ অব্যাহত থাকিব নৈশ সান্ধ্য আইন।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি