ৰাজ্যত পুনৰ ৭৬৭জন কোভিড পজিটিভ, সুস্থ হৈছে ৯৩১জন…

ৰাজ্যত পুনৰ ৭৬৭জন কোভিড পজিটিভ, সুস্থ হৈছে ৯৩১জন…
  • ৰাজ্যত আকৌ ৭৬৭জন লোকৰ দেহত ধৰা পৰিছে কোভিড পজিটিভ।
  • এতিয়ালৈকে অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১৯৯৭৪৯জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, শুকুৰবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৯৩১জন লোক।
  • সুস্থ হোৱা লোকৰ সংখ্যা অসমত ১৭০২৬৩জনলৈ পাইছে বৃদ্ধি।
  • ইফালে, চিকিৎসাধীন হৈ আছে ২৮৬৩০জন ৰোগী।
  • উল্লেখ্য যে, ৰাজ্যত এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হৈছে ৮৫৩জন লোক।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in