শেহতীয়া খবৰ
চন্দ্ৰপুৰত ‘পানী’ৰ নামত পানী হ’ল ৩৬৬ কোটি...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  গুৱাহাটী-শ্বিলং পথত মন্ত্ৰী অতুল বৰাৰ কনভয়ৰ বাহন দুৰ্ঘটনাগ্ৰস্ত...  •  অসমত ৬টা সমষ্টিত উপ নিৰ্বাচন অনুষ্ঠিত হ’ব পাৰে : মন্ত্ৰী ৰঞ্জিত দাস...  •  অগ্ৰিম জামিন লাভ কৰি আৰক্ষী চকীত উপস্থিত জিষ্টৰ অধ্যক্ষ...  •  ছয়গাঁৱৰ গৰৈমাৰীত বিশেষভাৱে সক্ষম যুৱতী নিৰুদ্দেশ...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  ত্ৰিপাক্ষিক বৈঠক বাতিল, দিল্লীলৈ নগ’ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰাম থাংগা...  •  মানকাচৰত আৰক্ষী-চিআৰপিএফৰ অভিযান, জব্দ বৃহৎ পৰিমানৰ গাঞ্জা...  •  ভাল খবৰঃ জামাইকাৰ বক্সাৰক পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ ভাৰতীয় বক্সাৰ সতীশ কুমাৰে...

কোৰোনাত আক্ৰান্ত জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো…

ডিজিটেল ডেস্ক : কোৰোনাত আক্ৰান্ত হৈছে পৰ্তুগালৰ জনপ্ৰিয় ফুটবলাৰ ক্ৰিষ্টিয়ানো ৰ’নাল্ডো । মঙলবাৰে ফুটবলাৰ গৰাকীৰ কোৰোনা পৰীক্ষাৰ পিছতে দেহত কোৰোনাৰ উপস্থিতিৰ কথা পোহৰলৈ আহে । পৰ্তুগাল ফুটবল ফেডাৰচনে এই কথা প্ৰকাশ কৰিছে ।

কোৰোনা পজিটিভৰ বাবে ১৪ দিন কোৱাৰেন্টাইনত থাকিব জনপ্ৰিয় ফুটবলাৰ গৰাকী । ৰ’লাল্ডোৱে বুধবাৰে চুইডেনৰ বিৰুদ্ধে খেলিব লগীয়া খেল খনত অংশ গ্ৰহণ কৰিব নোৱাৰিব বুলি পৰ্তুগাল ফুটবল ফেডাৰচনে প্ৰকাশ কৰাৰ লগতে ফুটবলাৰ গৰাকীৰ বৰ্তমান কোনা ধৰনৰ লক্ষণ দেখা দিয়া নাই । বৰ্তমান ফুটবলাৰ গৰাকী সুস্থ অৱস্থাত আছে বুলি ব্যক্ত কৰে ফেডাৰচনটোৱে ।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি