কোৰোনা ভাইৰাছৰ সকলো খবৰ একেলগে, UPDATES

কোৰোনা ভাইৰাছৰ সকলো খবৰ একেলগে, UPDATES

সময়ঃ ৪ এপ্ৰিল, ২০২০ৰ বিয়লি ৩.০০ বজালৈ।

বিশ্বত কোৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যাঃ ১,১২১,৯৭৪জন।

মৃত্যু হোৱা লোকৰ সংখ্যাঃ৫৯,৪০৩জন।

আটাইতকৈ বেছি লোক মৃত্যু হৈছেঃ ইটালীত (১,৬৮১জন)

আটাইতকৈ বেছি লোক আক্ৰান্ত হৈছেঃ আমেৰিকাত (২৭৭,৫২২জন)

কোৰোনা ভাইৰাছত মৃত্যু হোৱা কেইখনমান দেশৰ তথ্য-

 আমেৰিকাঃ ৭,৪০৩জন।
• ইটালীঃ ১৪,৬৮১জন।
• চীনঃ ৩,৩২৬জন।
• স্পেইনঃ ১১,১৯৮জন।
• ইৰাণঃ ৩২৯৪জন।
• ইংলেণ্ডঃ ৩৬০৫জন।
• ফ্ৰান্সঃ ৬৫০৭জন।
• বাংলাদেশঃ ৮জন।
• পাকিস্তানঃ ৪০জন।
• নেপালঃ ০ জন।
• ৰাছিয়াঃ ৪৩ জন।
• গ্ৰীচঃ ৬৩জন।
• জাপানঃ ৬৯জন।
• ভাৰতঃ ৮৬জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যাঃ ৩২১০জন।

ভাৰতত কোৰোনা ভাইৰাছত আক্ৰান্ত হৈ নিহত হোৱা লোকৰ সংখ্যাঃ৮৬জন।

ভাৰতত বিভিন্ন ৰাজ্যত কোৰোনা ভাইৰাছত আক্ৰান্ত হোৱা লোকৰ সংখ্যা-

  • অসমঃ ২৫
  • মহাৰাষ্ট্ৰঃ ৫৩৭
  • কেৰালাঃ ২৯৫
  • তামিলনাডুঃ ৪১১
  • দিল্লীঃ ৩৮৬
  • অন্ধ্ৰপ্ৰদেশঃ ১৮০
  • ৰাজস্থানঃ ১৯৮
  • তেলেংগানাঃ ২২৯
  • উত্তৰপ্ৰদেশঃ ১৭৪
  • কৰ্ণাটকঃ ১২৮
  • মধ্যপ্ৰদেশঃ ১৫৪
  • গুজৰাটঃ ১০৫
  • জম্মু-কাশ্মীৰঃ ৭৮
  • পঞ্জাৱঃ ৫৭
  • হাৰিয়ানাঃ ৫৮
  • পশ্চিমবংগঃ ৫৩
  • বিহাৰঃ ৩১
  • চণ্ডীগড়ঃ ১৮
  • লাডাখঃ ১৪
  • আন্দামান আৰু নিকোবৰঃ১০
  • চত্তীশগড়ঃ ৯
  • উত্তৰাখণ্ডঃ ১৬
  • গোৱাঃ ৭
  • মণিপুৰঃ ২
  • অৰুণাচল প্ৰদেশঃ১
  • ঝাৰখণ্ডঃ২
  • মিজোৰামঃ১

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in