ৰাজ্যৰ আৰু এগৰাকী বিধায়ক আক্ৰান্ত কোৰোনাত…

141
  • ৰাজ্যৰ আৰু এগৰাকী জনপ্ৰতিনিধি আক্ৰান্ত হৈছে কোৰোনাত।
  • বিধায়ক নিজামুদ্দিন চৌধুৰী আক্ৰান্ত কোৰোনাত।
  • তেওঁৰ লগতে পত্নী-পুত্ৰও আক্ৰান্ত হৈছে কোৰোনাত।
  • আলগাপুৰৰ AIUDF দলৰ বিধায়ক নিজামুদ্দিন চৌধুৰী।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি