অসমত পুনৰ ৪জন লোকৰ দেহত কোভিড-১৯

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • অসমত পুনৰ ৪জন লোকৰ দেহত ধৰা পৰিল কোভিড-১৯।
  • কোৰোনাত আক্ৰান্ত লোক কেইজনৰ ভিতৰত ২জন চিৰাং জিলাৰ আৰু আন ২জন যোৰহাটৰ।
  • চিৰাং জিলাৰ লোক ২জন আছিল তেজপুৰ বিশ্ববিদ্যালয়ৰ কোৱাৰেন্টাইন চেন্টাৰত।
  • ইফালে যোৰহাটৰ লোককেইজন আহিছিল চেন্নাইৰ পৰা।
  • ৰাজ্যত কোভিড-১৯ত আক্ৰান্ত লোকৰ সংখ্যা ৩৫০ জনলৈ বৃদ্ধি হৈছেগৈ।
  • ইয়াৰে ৫৭জন লোক সুস্থ হৈ উঠিছে।
  • আনহাতে, চিকিৎসাধীন হৈছে ২৮৬জন ৰোগী।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in