কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ…

কোৰোনাৰ সংহাৰ ৰূপ অসমতঃ এটা ছাত্ৰী নিৱাসৰ ৩৫গৰাকী ছাত্ৰী কোভিড পজিটিভ…
  • ৰাজ্যত কোৰোনাৰ সংহাৰ ৰূপ।
  • তিনিচুকীয়াৰ এটা গাৰ্লছ হোষ্টেলৰ ৩৫গৰাকী ছাত্ৰী কোৰোনাত আক্ৰান্ত।
  • কস্তুৰীবা গান্ধী গাৰ্লছ হাইস্কুলৰ ছাত্ৰী নিৱাসত এই কোৰোনা সংক্ৰমণৰ ঘটনা।
  • তিনিচুকীয়াৰ বৰডুবিত আছে এই বিদ্যালয়খন।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in