শেহতীয়া খবৰ
অসম সৌৰভ বঁটা গ্ৰহণৰ বাবে লাভলীনাক আনুষ্ঠানিক নিমন্ত্ৰণ অসম চৰকাৰৰ...  •  সীমাৰ ভাগ-বাটোৱাৰা  •  সীমাৰ ভাগ-বাটোৱাৰা  •  ৰঙাপৰাত আবকাৰী বিভাগৰ অভিযানত অৰুণাচলী সুৰাসহ এজনক আটক...  •  গোগামুখত পুৱাই উদ্ধাৰ সুগৰি পহুঃ সোৱণশিৰি বনাঞ্চলৰ পৰিৱৰ্তে কাজিৰঙাত কৰিব মুকলি...  •  গোৱালপাৰাৰ লক্ষীপুৰ আৰক্ষীৰ জালত দুই হত্যাকাৰী...  •  সোণৰ খনিৰ বাবে বিস্ফোৰক কঢ়িয়াই অনা ট্ৰাকত বিস্ফোৰণঃ ১৭ জন নিহত ৬০ জন আহত...  •  মঙলদৈ প্ৰেছ ক্লাৱত ঐতিহাসিক পথৰুঘাট ৰণ বিষয়ক আলোচনা চক্ৰৰ আয়োজন...  •  ৫০ বছৰীয়া হ'ল অৰুণাচলঃ সোণালী জয়ন্তী বৰ্ষৰ স্মৃতি যুগমীয়া কৰাৰ বাবে বিভিন্ন পদক্ষেপ গ্ৰহণ...  •  প্ৰকৃতি সুৰক্ষা আৰু ৰক্ত দানৰ প্ৰতি সজাগতা সৃষ্টিৰ বাবে পদযাত্ৰাঃ টীয়কত উপস্থিত দৰংৰ যুৱক...

কাৰাগাৰত থকাৰ অৱস্থাতে পুৰণি গোচৰত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা..

  • কাৰাগাৰত থকাৰ অৱস্থাতে এক পুৰণি গোচৰত পুনৰ গ্রেপ্তাৰ হ’ল ৰাজকন্যা বৰুৱা।
  • ৰাজকন্যাক মঙ্গলবাৰে হাজিৰ কৰোৱা হ’ল চি জি এম আদালতত।
  • ২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুণৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰাজন্যাক।
  • ৰাজকন্যাই ২০১৭ চনত সংঘটিত কৰিছিল এটা দুৰ্ঘটনা।
  • সেই দুৰ্ঘটনাত কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।
  • প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈ।
  • ২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।
  • এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।
  • সেই একেখন বাহনেৰেই পুনৰ ৰাজকন্যাই যোৱা ২ অক্টোবৰত সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।
  • পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যা বৰুৱাক।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি