কাৰাগাৰত থকাৰ অৱস্থাতে পুৰণি গোচৰত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা..

কাৰাগাৰত থকাৰ অৱস্থাতে পুৰণি গোচৰত পুনৰ গ্ৰেপ্তাৰ ৰাজকন্যা বৰুৱা..
  • কাৰাগাৰত থকাৰ অৱস্থাতে এক পুৰণি গোচৰত পুনৰ গ্রেপ্তাৰ হ'ল ৰাজকন্যা বৰুৱা।
  • ৰাজকন্যাক মঙ্গলবাৰে হাজিৰ কৰোৱা হ'ল চি জি এম আদালতত।
  • ২০১৭ চনৰ এক দুৰ্ঘটনাৰ গোচৰত পুণৰ গ্ৰেপ্তাৰ কৰা হৈছে ৰাজন্যাক।
  • ৰাজকন্যাই ২০১৭ চনত সংঘটিত কৰিছিল এটা দুৰ্ঘটনা।
  • সেই দুৰ্ঘটনাত কৰণ জ্যোতি সন্দিকৈৰ ডিঙিৰ হাড় ভাঙিছিল।
  • প্রাক্তন বিধায়িকা নৱনিতা সন্দিকৈৰ পুত্র কৰণ জ্যোতি সন্দিকৈ।
  • ২০১৭ ৰ ২৬ অক্টোবৰ নিশা ৰাজকন্যাই সংঘটিত কৰিছিল সেই দুৰ্ঘটনা।
  • এএছ ০১ এ জি ২১৯৪ নম্বৰৰ বাহখনেৰে সংঘটিত কৰিছিল সেই দুৰ্ঘটনাটো।
  • সেই একেখন বাহনেৰেই পুনৰ ৰাজকন্যাই যোৱা ২ অক্টোবৰত সংঘটিত কৰিছিল ভয়ংকৰ দুৰ্ঘটনা।
  • পুনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে ৰাজকন্যা বৰুৱাক।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in