শেহতীয়া খবৰ
হোলী উদযাপন নকৰে ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী বিপ্লৱ কুমাৰ দেৱে...  •  আবিৰৰ ৰঙেৰে ৰঙীন হৈছে ৰাজ্যৰ শিক্ষানুষ্ঠানসমূহো...  •  কামপুৰৰ ইতিহাস প্ৰসিদ্ধ বিষ্ণুপুৰী থানত আৰম্ভ শ্ৰীকৃষ্ণৰ দৌল মহোৎসৱ...  •  পুনৰ দিল্লীত হত্যাৰ বলি অসমীয়া যুৱতী  •  ৰহাত বন বিভাগৰ জালত চোৰাং শাল আৰু চেগুন কাঠসহ ২জন, চাওক VIDEO  •  পশ্চিম কাৰ্বি আংলঙত খাদ্যত বিষক্ৰিয়া হৈ অসুস্থ ২৫জন লোক  •  ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীৰ বাবে ভাল খবৰ...  •  ‘মই ভাল পত্নী নহয়, কাৰণ মই ৰান্ধনিঘৰৰ একো কামেই নাজানো’- প্ৰিয়ংকা চোপ্ৰা...  •  মাৰ্ঘেৰিটাত জৰাজীৰ্ণ পথ নিৰ্মাণৰ দাবীত ৰাইজৰ প্ৰতিবাদ  •  জম্মু-কাশ্মীৰত পাক সেনাৰ গুলীচালনাত নিহত ভাৰতীয় সেনা জোৱান...

হাতত প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীলৈ ৰাওনা ৰাজ্যিক বিজেপিৰ নেতৃত্ব, ১৬ মাৰ্চত হ’ব ঘোষণা

169
  • আগন্তক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ বিজেপিৰ প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীলৈ ৰাওনা হৈছে বিজেপি নেতৃত্ব।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে দিল্লীলৈ।
  • লগতে ৰাওনা হৈছে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু সাধাৰণ সম্পাদক দিলীপ শইকীয়া।
  • ১৬ মাৰ্চত ঘোষণা হ’ব বিজেপি প্ৰাৰ্থীৰ তালিকা।
  • ইয়াৰ পূৰ্বে ১৪ মাৰ্চত ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিছে অসমৰ ১০ টা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ পেনেল।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি