হাতত প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীলৈ ৰাওনা ৰাজ্যিক বিজেপিৰ নেতৃত্ব, ১৬ মাৰ্চত হ’ব ঘোষণা

প্ৰতিকী ফটো
প্ৰতিকী ফটো
  • আগন্তক লোকসভা নিৰ্বাচনৰ বাবে অসমৰ বিজেপিৰ প্ৰাৰ্থীৰ পেনেল লৈ দিল্লীলৈ ৰাওনা হৈছে বিজেপি নেতৃত্ব।
  • ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাস, মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ৰাওনা হৈছে দিল্লীলৈ।
  • লগতে ৰাওনা হৈছে সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা আৰু সাধাৰণ সম্পাদক দিলীপ শইকীয়া।
  • ১৬ মাৰ্চত ঘোষণা হ'ব বিজেপি প্ৰাৰ্থীৰ তালিকা।
  • ইয়াৰ পূৰ্বে ১৪ মাৰ্চত ৰাজ্যিক বিজেপিয়ে ঘোষণা কৰিছে অসমৰ ১০ টা লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ পেনেল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in