কৰ্ণাটকত ভগৱানৰ প্ৰসাদ খাই নিহত ৫, চিকিৎসালয়ত ভৰ্তি ৭২

কৰ্ণাটকত ভগৱানৰ প্ৰসাদ খাই নিহত ৫, চিকিৎসালয়ত ভৰ্তি ৭২

  • কৰ্ণাটকত খাদ্যত বিষক্ৰিয়া হৈ নিহত ৫জন৷
  • কৰ্ণাটকৰ চমৰগঞ্জ জিলাত ভগৱানলৈ আগবঢ়োৱা প্ৰসাদ খাই অসুস্থ হৈ পৰে শতাধিক লোক৷
  • ইয়াৰে ৫জন লোক ইতিমধ্যে নিহত হৈছে৷
  • চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ৭২জনক৷
  • চিকিৎসাধীন হৈ থকাসকলৰ ভিতৰত ১২ জনৰ অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে৷
  • ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰিছে জিলা খনৰ আৰক্ষী অধীক্ষক ধৰ্মেন্দ্ৰ প্ৰসাদ মীনাই৷

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in