দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…

দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক…
  • দিল্লীত অনুষ্ঠিত হৈছে কংগ্ৰেছৰ গুৰুত্বপূৰ্ণ বৈঠক।
  • কংগ্ৰেছৰ দিল্লীস্থিত মুখ্য কাৰ্যালয়ত আৰম্ভ হৈছে বৈঠক।
  • অন্তৱৰ্তীকালীন অধ্যক্ষা ছোনিয়া গান্ধী, প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিং, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰমকে আদি কৰি কেবাগৰাকী নেতা উপস্থিত আছে।
  • বৈঠকত লোৱা হ'ব পাৰে কেবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in