আৰু এখন ৰাজ্য হেৰুৱালে কংগ্ৰেছে

আৰু এখন ৰাজ্য হেৰুৱালে কংগ্ৰেছে

ডিজিটেল ডেস্কঃ আৰু এখন ৰাজ্য হেৰুৱালে কংগ্ৰেছে। সোমবাৰে সদনৰ মজিয়াত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে পুডুচেৰীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী V Narayanasamyৱে। ইযাৰ লগে লগে পুডুচেৰীত কংগ্ৰেছৰ শাসন অন্ত পৰে। সদনৰ ফ্লৰ টেষ্টত পৰাজিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ ৰাজ্যপালক প্ৰদান কৰে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in