শেহতীয়া খবৰ
চোৰৰ লক্ষ্য নগাঁও প্ৰেছ ক্লাৱ...  •  অসমত পুনৰ ৩২৪জন কোভিড পজিটিভ, ৩জনৰ মৃত্যু...  •  বৰপেটা চহৰৰ পৰা চৰকাৰী কৰ্মচাৰী সন্ধানহীন...  •  চাও দেৱেন্দ্ৰ বৰবৰুৱাৰ দেহাৱসানত শোকস্তব্ধ তিতাবৰ...  •  কোভিড ভেকচিন লৈ শৰীৰৰ অংগ বিকল বিশ্বনাথৰ যুৱকৰ !  •  বুঢ়াবুঢ়ীত নাবালিকাক অসৎ চৰিতাৰ্থ প্ৰাপ্ত বয়স্ক লোকৰ...  •  আন এক পৰশুৰামঃ বৰপেটাৰোডত পাষাণ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ মাতৃৰ...  •  চাংসাৰি আৰ্মি কেম্পৰ সন্মুখত পথ দুৰ্ঘটনাঃ ঘাইপথৰ ওপৰত বাগৰি পৰিল গাখীৰভৰ্তি ট্ৰাক...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...  •  গুৱাহাটীৰ মণিৰাম দেৱান ট্ৰেড চেন্টাৰত অনুষ্ঠিত দ্বিতীয় নৰ্থ-ইষ্ট মেডিকেল এক্সপ’...

আৰু এখন ৰাজ্য হেৰুৱালে কংগ্ৰেছে

ডিজিটেল ডেস্কঃ আৰু এখন ৰাজ্য হেৰুৱালে কংগ্ৰেছে। সোমবাৰে সদনৰ মজিয়াত সংখ্যা গৰিষ্ঠতা প্ৰমাণ কৰিব নোৱাৰিলে পুডুচেৰীৰ বৰ্তমানৰ মুখ্যমন্ত্ৰী V Narayanasamyৱে। ইযাৰ লগে লগে পুডুচেৰীত কংগ্ৰেছৰ শাসন অন্ত পৰে। সদনৰ ফ্লৰ টেষ্টত পৰাজিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰাজভৱনত উপস্থিত হৈ পদত্যাগ পত্ৰ ৰাজ্যপালক প্ৰদান কৰে।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি