কংগ্ৰেছে বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ…

কংগ্ৰেছে বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ…
  • কংগ্ৰেছে সদনত বিৰোধিতা কৰিব নাগৰিকত্ব সংশোধনী বিধেয়কৰ।
  • কংগ্ৰেছ নেতা অধিৰঞ্জন চৌধুৰীয়ে সদৰী কৰিলে এই কথা।
  • চৌধুৰীৰ মতে এই বিধেয়কে সংবিধান অৱমাননা কৰিছে।
  • সংবিধানে প্ৰদান কৰা ধৰ্মনিৰপেক্ষতাও এই বিধেয়কৰ জৰিয়তে বিনষ্ট হ'ব বুলি মন্তব্য কৰে কংগ্ৰেছ নেতাগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in