নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO

নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO
  • নগাঁও জিলাৰ কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
  • অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ যুৱ কংগ্ৰেছৰ।
  • কংগ্ৰেছ নেতাগৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
  • 'কা'ৰ বিৰোধিতা কৰাৰ বাবেই কামৰুল ইছলামক চৰকাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ।
  • প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।
  • মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ'বেক, হিমন্ত বিশ্ব গ'বেক আদি চৰকাৰ বিৰোধী শ্ল'গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সমগ্ৰ কচুৱা।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in