শেহতীয়া খবৰ
ৰাজ্যত আকৌ ২৫৯৫জনৰ দেহত কোভিড পজিটিভ, আক্ৰান্তৰ সংখ্যা ১৫৫৪৫৩জনলৈ পাইছে বৃদ্ধি...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  আইপিএল-২০২০ৰ প্রথমখন মেচত জয়ী চেন্নাই ছুপাৰ কিংছ...  •  এইমছৰ পৰা ঘৰলৈ উভতিল অমিত শ্বাহ...  •  সঁচা কথা লুকাই নাথাকে! দিল্লীলৈ দৌৰিলে হিমন্ত-সৰ্বানন্দ...  •  গোৱালপাৰাত আৰক্ষী বিষয়াৰ গুণ্ডাৰাজ! গহণা চুৰিৰ সন্দেহত নিৰীহ যুৱকক পাশৱিক নিৰ্যাতন...  •  প্ৰধানমন্ত্ৰীৰ জন্মদিনৰে সংগতি ৰাখি "সেৱা সপ্তাহ" উপলক্ষে বটদ্ৰৱাত স্বচ্ছতা অভিযান...  •  ভাৰত-নাগা সংঘাতৰ মিমাংসাত অন্তৰ্ভূক্ত হ’ব লাগিব নগাৰ পতাকা আৰু সংবিধানৰ বিষয়: এন এছ চি এন (আই এম)  •  নগাঁৱৰ হয়বৰগাঁৱত কেঁকো সাপসহ ৫ সৰবৰাহকাৰীক গ্ৰেপ্তাৰ...  •  অৰুণাচলত জলপ্ৰলয়! পাহাৰ খহি পৰিল নদীত... VIDEO

নগাঁৱৰ কচুৱাত মুখ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি যুৱ কংগ্ৰেছে জনালে কামৰুল ইছলামৰ বিনাচৰ্তে মুক্তিৰ দাবী, VIDEO

178
  • নগাঁও জিলাৰ কচুৱাত ৰহা সমষ্টি যুৱ কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ।
  • অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি কামৰুল ইছলাম চৌধুৰীৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধে প্ৰতিবাদ যুৱ কংগ্ৰেছৰ।
  • কংগ্ৰেছ নেতাগৰাকীক বিনাচৰ্তে মুক্তিৰ দাবী জনায় প্ৰতিবাদকাৰীয়ে।
  • ‘কা’ৰ বিৰোধিতা কৰাৰ বাবেই কামৰুল ইছলামক চৰকাৰে ভুৱা গোচৰত গ্ৰেপ্তাৰ কৰাৰ অভিযোগ।

  • প্ৰতিবাদকাৰীয়ে দাহ কৰিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি।

  • মুখ্যমন্ত্ৰী হায় হায়, বিজেপি গ’বেক, হিমন্ত বিশ্ব গ’বেক আদি চৰকাৰ বিৰোধী শ্ল’গানেৰে প্ৰতিবাদকাৰীয়ে উত্তাল কৰি তোলে সমগ্ৰ কচুৱা।
আপুনি পঢ়ি ভাল পাব পৰা বাতৰি