শেহতীয়া খবৰ
দ্বিতীয় টি-২০ত টীম ইণ্ডিয়াৰ বিৰুদ্ধে ৭ উইকেটত পৰাস্ত দক্ষিণ আফ্ৰিকা...  •  পাকিস্তান জড়িত থকা কোনো অনুষ্ঠানত ভাগ নলবঃ আলকা য়াগনিক, কুমাৰ ছানু, উদিত নাৰায়নলৈ জাননী...  •  বৰপেটা চিকিৎসা মহাবিদ্যালয়ত ভাইৰেল ৰিচাৰ্ছ এণ্ড ডায়'গ্নষ্টিক লেব'ৰেটৰী মুকলি...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  মৃত্যুৰ ক্ষণ গণি থকা এএছটিচিয়ে লাখ লাখ টকা ব্যয়েৰে ৩ দিনীয়াকৈ পালন কৰিলে বিশ্বকৰ্মা পূজা...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  গুৱাহাটী উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ ঋষিকেশ ৰয়ক দেশৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হিচাপে নিযুক্তি...  •  আফগানিস্তানত ভয়ংকৰ বিস্ফোৰণ, ৪ জনৰ মৃত্যু  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ  •  বুঢ়া আৰক্ষী চকী কাণ্ডঃ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে নিজাকৈ ৰুজু কৰিছে গোচৰ, ডিজিপি-মুখ্য সচিবলৈ জাননী প্ৰেৰণ

কংগ্ৰেছ নেতাৰ সংবাদমেলত বিজেপি কৰ্মীৰ গান্ধীগিৰি!

158

ডিজিটেল ডেস্কঃ কংগ্ৰেছৰ মুখপাত্ৰ প্ৰৱণ খেৰে দিল্লীত সংবাদমেল দি আছিল। বিজেপিক সমালোচনা কৰি আছিল কংগ্ৰেছ নেতাগৰাকীয়ে। কিন্তু তাত উপস্থিত থকা এজন বিজেপি সমৰ্থকে ইয়াৰ প্ৰতিবাদ কৰিলে। কংগ্ৰেছ মুখপাত্ৰগৰাকীক চৰ বা তেওঁৰ গা লৈ ক’লা চিয়াহী দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰা নাছিল তেওঁ।

সংবাদমাধ্যমক সম্বোধন কৰি কংগ্ৰেছ নেতাজনৰ সন্মুখত এখন ৰাষ্ট্ৰীয় পতাকা লৈ উপস্থিত হয় তেওঁ। তাৰপাছত তেওঁ কয়- ‘যোগী আদিত্যনাথক অজয় সিং বিষ্ট বুলি আখ্যা দিয়াটো ভাৰতীয় সংস্কৃতিৰ অপমান। বন্দে মাতৰম, ভাৰত মাতা কী জয়।’

তাৰপাছত ব্যক্তিজনক নিৰাপত্তাৰক্ষী আৰু কংগ্ৰেছৰ কৰ্মকৰ্তাই সেই স্থানৰ পৰা আঁতৰাই নিলে। ইয়াকে হয়তো কয় প্ৰতিবাদৰ গান্ধীগিৰি! চাওঁক ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি