বিজেপিয়ে ধাৰাবাহিকভাৱে ভুল আইন প্রণয়ন কৰি আছেঃ কংগ্ৰেছ…

বিজেপিয়ে ধাৰাবাহিকভাৱে ভুল আইন প্রণয়ন কৰি আছেঃ কংগ্ৰেছ…
  • প্রদেশ কংগ্রেছৰ তত্বাবধায়ক ড০ অজয় কুমাৰৰ সংবাদমেল
  • 'বিজেপিয়ে ধাৰাবাহিকভাৱে ভুল আইন প্রণয়ন কৰি আছে'
  • 'অগ্নিপথ বিজেপিৰ পইচা বচোৱাৰ এক আঁচনি'
  • 'সেনা জোৱানক পেঞ্চন দিবলৈ পইচা নাই মোডীৰ'
  • 'মোডীৰ সময়তে ভাৰতৰ হাজাৰ কিলোমিটাৰ ভূমি চীনে দখল কৰিলে'
  • 'অহা ৫ বছৰত দেশৰ সেনা ১৬ লাখৰ পৰা ৬ লাখলৈ হ্রাস পাব'
  • 'মোডীয়ে ইজৰাইলক নকল কৰিছে'
  • অসমৰ বান পৰিস্থিতি সন্দৰ্ভত অজয় কুমাৰৰ মন্তব্য
  • 'বানৰ সময়ত শিৱসেনাৰ বিধায়কক গুৱাহাটীত ৰাখি অৰ্থ ব্যয় কৰিছে'
  • 'বান পীড়িতক এটুপি পানী দিবলৈও চৰকাৰৰ সক্ষম নহয়'
  • 'বান সাহাৰ্য পাবলৈ বানপীড়িতই ৩০ টকা দিব লগা হৈছে'
  • 'SDRFক কেন্দ্রই কিমান টকা দিলে তাৰ হিচাপ দিব লাগে'
  • 'কেন্দ্রৰ পৰা বানপানীৰ সময়তো সাহায্য অহা নাই'
  • 'মুখ্যমন্ত্রী শৰ্মাই ৰেডিছন ব্লুলত RTI কৰিব নোৱাৰি বুলি ভাবিছে'

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in