থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ… VIDEO

থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ… VIDEO
  • আৰক্ষী থানাৰ ভিতৰতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষৰ খং।
  • খঙতে আৰক্ষীৰ সন্মুখতে কাণতলীয়া শোধালে এজনক।
  • ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰত সংঘটিত হয় এই ঘটনা।
  • ত্ৰিপুৰাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মনৰ কনভয়ত আক্ৰমণ কৰিছিল লোকজনে।
  • ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনৰ জ্যেষ্ঠ ভগ্নী প্ৰজ্ঞা দেৱ বৰ্মন।
  • প্ৰাৰ্থীগৰাকীৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল লোকজনক।
  • ইয়াৰ পিছতে থানাত উপস্থিত হৈ লোকজনক প্ৰহাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
  • এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত।
  • চাওক ভিডিঅ'-

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in