শেহতীয়া খবৰ
বঙাইগাঁৱত সৰ্বভাৰতীয় পৰ্যায়ৰ শৰীৰচৰ্চা প্ৰতিযোগিতা  •  এজাক বৰষুণতে বুৰ গ'ল স্মাৰ্ট চিটি গুৱাহাটী  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  দেৰগাঁৱৰ আফাজুৰ ৰহমানৰ প্ৰযুক্তিবিদ্যাৰে চমকঃ ঘন্টাত ৩৫ কিলোমিটাৰ বেগী সৌৰশক্তিত চালিত বাহন উদ্ভাৱন  •  অসমৰ আন এটা সশস্ত্ৰ সংগঠনৰ যুদ্ধবিৰতি ঘোষণা, ওদালগুৰিত ইউজিপিঅ'ই জমা দিলে অস্ত্ৰ-শস্ত্ৰ  •  চন্দ্ৰযান-২ সন্দৰ্ভত ইছৰ’ই কৰিলে টুইট...  •  কৃষি বিজ্ঞান কেন্দ্ৰ নগাঁৱৰ উদ্যোগত 'বৃহৎ পৰিসৰত গছ পুলি ৰোপণ' কাৰ্যসূচী  •  মডেল বিটিচিত জৰাজীৰ্ণ পথ, ক্ষুব্ধ এবিএমছুৰ কোকৰাঝাৰ-ফুটকিবাৰী পথ অৱৰোধ, ক্ষুৰধাৰ সমালোচনা হাগ্ৰামা-প্ৰমিলাক  •  বলিউডৰ আটাইতকৈ বিগ বাজেট ছবি, ‘ৰাৱণ’ৰ চৰিত্ৰত দেখা পাব পাৰে বাহুবলীক!  •  আমেথিবাসীলৈ কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰাণীৰ উপহাৰ...

থানাৰ ভিতৰতে কোন কংগ্ৰেছ নেতাই কাক শোধালে চৰ… VIDEO

564
  • আৰক্ষী থানাৰ ভিতৰতে ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ অধ্যক্ষৰ খং।
  • খঙতে আৰক্ষীৰ সন্মুখতে কাণতলীয়া শোধালে এজনক।
  • ত্ৰিপুৰাৰ খোৱাই আৰক্ষী থানাৰ ভিতৰত সংঘটিত হয় এই ঘটনা।
  • ত্ৰিপুৰাৰ কংগ্ৰেছ প্ৰাৰ্থী প্ৰজ্ঞা দেৱ বৰ্মনৰ কনভয়ত আক্ৰমণ কৰিছিল লোকজনে।
  • ত্ৰিপুৰা প্ৰদেশ কংগ্ৰেছৰ সভাপতি প্ৰদ্যুত কিশোৰ দেৱ বৰ্মনৰ জ্যেষ্ঠ ভগ্নী প্ৰজ্ঞা দেৱ বৰ্মন।
  • প্ৰাৰ্থীগৰাকীৰ কনভয়ত আক্ৰমণ কৰাৰ পিছতে আৰক্ষীয়ে আটক কৰিছিল লোকজনক।
  • ইয়াৰ পিছতে থানাত উপস্থিত হৈ লোকজনক প্ৰহাৰ কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতিজনে।
  • এই সমগ্ৰ দৃশ্য বন্দী হয় কেমেৰাত।
  • চাওক ভিডিঅ’-

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি