অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল

অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল
  • অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ সংবাদমেল সম্বোধন।
  • ৰাজীৱ ভৱনত সংবাদমেল সম্বোধন সভাপতি গৰাকীৰ।
  • ৰাইজে পৰিবৰ্তন বিচাৰি ভোটদান কৰিছেঃ ৰিপুন বৰা।
  • ই ভি এমৰ খেলি-মেলি সন্দৰ্ভত চকু দিবলৈ আহ্বান বৰাৰ।
  • ৰাইজকো চকু ৰখাৰ বাবে আহ্বান বৰাৰ।
  • আৰক্ষী-প্ৰশাসনক ধন্যবাদ জ্ঞাপন কৰে সভাপতি গৰাকীয়ে।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in