নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন কৰি কংগ্ৰেছ সভাপতিৰ পদত্যাগ!

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  • নাগৰিকত্ব সংশোধনী বিধেয়কৰ সমৰ্থন।
  • হাইলাকান্দি জিলা কংগ্ৰেছৰ সভাপতিৰ পদত্যাগ।
  • সভাপতিজনৰ নাম ৰাহুল ৰয়।
  • শনিবাৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰালৈ প্ৰেৰণ কৰিব তেওঁৰ পদত্যাগ পত্ৰ।
  • নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ হোৱা প্ৰতিবাদৰ মাজতে এনে খবৰে সৃষ্টি কৰিছে প্ৰতিক্ৰিয়াৰ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in