‘সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি’

‘সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি’
  • প্ৰদেশ কংগ্ৰেছৰ সভাপতি সলনিৰ সন্দৰ্ভত মুখ খুলিলে প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে।
  • সোনকালে সলনি নহয় প্ৰদেশ কংগ্ৰেছৰ সভাপতি।
  • 'নেতৃত্বক লৈ দলৰ ভিতৰত বাদানুবাদ চলিয়েই থাকে'।
  • অহা ১৫ আৰু ১৬ জুনত হ'ব প্ৰদেশ কংগ্ৰেছৰ পৰ্যালোচনা বৈঠক অনুষ্ঠিত হোৱাৰ কথা ক'লে গগৈয়ে।
  • ৰাহুল গান্ধীৰ সন্দৰ্ভতো মন্তব্য গগৈৰ।
  • 'ৰাহুল গান্ধীয়ে সভাপতিৰ পদ ঘূৰাই লোৱাৰ সম্ভাৱনা নাই'।
  • 'ৰাহুলে এবাৰ যি কয়, সেই কথা সলনি নকৰে'।
  • AICCত সভাপতি হ'ব পৰা মানুহ নাই বুলি গগৈৰ মন্তব্য ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in