অসমত ১৫ মাৰ্চৰ ভিতৰত প্ৰকাশ পাব কংগ্রেছৰ প্ৰথমখন তালিকা…

প্ৰতীকি ফটো
প্ৰতীকি ফটো
  •  অসমত দুটা ভাগত প্ৰকাশ পাব কংগ্রেছৰ প্ৰাৰ্থীৰ তালিকা।
  • ১৫ মাৰ্চৰ ভিতৰত প্ৰকাশ পাব প্ৰথমখন তালিকা।
  • দিল্লীত ঘোষণা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ।
  • পলমকৈ তালিকা প্ৰকাশ কৰাটো কংগ্ৰেছৰ পৰম্পৰা, কিন্তু প্ৰাৰ্থীৰ তালিকাখন প্ৰায় চমুৱাই অনা হৈছে।
  • ২৪ আকবৰ ৰোডৰ কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত এই ঘোষণা ৰিপুণ বৰাৰ।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in