ওৰাং ৰাষ্ট্ৰীয় উদ্যান পুনৰ নামাকৰণক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰিপুণ বৰাৰ…

ওৰাং ৰাষ্ট্ৰীয় উদ্যান পুনৰ নামাকৰণক লৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ ৰিপুণ বৰাৰ…
  • ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যান পুনৰ নামাকৰণ কৰাৰ ৰাজ্যিক কেবিনেটৰ সিদ্ধান্ত প্ৰত্যাহাৰ কৰিবলৈ মুখ্যমন্ত্ৰীলৈ পত্ৰ।
  • সাংসদ তথা কংগ্ৰেছ নেতা ৰিপুণ বৰাই মুখ্যমন্ত্ৰীলৈ প্ৰেৰণ কৰিছে এই পত্ৰ।
  • এই পত্ৰত উল্লেখ কৰা হৈছে যে, ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নাম যাতে সলনি কৰ নহয়, সেই ক্ষেত্ৰত পুনৰ পৰ্যালোচনা কৰিবলৈ।
  • উল্লেখ্য যে, ৰাজ্যিক কেবিনেটত ৰাজীৱ গান্ধী ওৰাং ৰাষ্ট্ৰীয় উদ্যানৰ নামৰ পৰা ৰাজীৱ গান্ধীৰ নাম প্ৰত্যাহাৰ কৰা হৈছিল।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in