হোটেল চিগনেট আৰু হোটেল গে’টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক…

হোটেল চিগনেট আৰু হোটেল গে’টৱে গ্ৰেণ্ডিৱেৰত অসম প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক…
  • মহানগৰীত প্ৰদেশ কংগ্ৰেছৰ দুখনকৈ বৈঠক ।
  • হোটেল চিগনেট আৰু হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত অনুষ্ঠিত হয় বৈঠক ।
  • হোটেল চিগনেটত হ'ব প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ প্ৰাৰ্থী বাছনি ।
  • জিলা আৰু ব্লক সভাপতিৰ সৈতে স্ক্ৰিণিং কমিটিৰ আলোচনা ।
  • হোটেল গে'টৱে গ্ৰেণ্ডিৱেৰত মহাজোঁট বন্ধনৰ বৈঠক ।
  • মহাজোঁট বন্ধনৰ সমষ্টি ভাগ-বতৰাকলৈ অনুষ্ঠিত হয় এই বৈঠক ।
  • মিত্ৰ দল সমূহৰ সৈতে কংগ্ৰেছ পৃথকে পৃথকে আলোচনাত মিলিত হ'ব ।

Related Stories

No stories found.
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in