স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত ৰাজপথৰ চৰকাৰী বিজ্ঞাপন আঁতৰোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ

স্বচ্ছ আৰু নিকা নিৰ্বাচনৰ স্বাৰ্থত ৰাজপথৰ চৰকাৰী বিজ্ঞাপন আঁতৰোৱাৰ দাবী প্ৰদেশ কংগ্ৰেছৰ
  • লোকসভা নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছতে তৎপৰতা বৃদ্ধি পাইছে ৰাজনৈতিক দলবোৰৰ মাজত।
  • সোমবাৰে ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াক সাক্ষাৎ কৰে প্ৰদেশ কংগ্ৰেছে।
  • ৰাজপথত লগাই ৰখা চৰকাৰী বিজ্ঞাপনৰ বেনাৰ, হৰ্ডিং আঁতৰাবলৈ আহ্বান কংগ্ৰেছৰ।
  • স্বচ্ছ আৰু নিকা নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবেই এই আহ্বান কংগ্ৰেছৰ সঁজাতি দলটোৰ।
  • উল্লেখ্য যে, এইবাৰ নিৰ্বাচন আয়োগে ঘোষণা কৰা অনুসৰি পৰিৱেশ প্ৰদূষণ কৰিব পৰা কোনো নিৰ্বাচনী প্ৰচাৰ কৰিব নোৱাৰিব ৰাজনৈতিক দলসমূহে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in