বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত কোৰোনাত…

বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত কোৰোনাত…
  • কংগ্ৰেছৰ বিধায়ক ৰকিবুল হুছেইন আক্ৰান্ত কোভিড-১৯ত।
  • টুইটাৰযোগে এই কথা সদৰী কৰিলে বিধায়কগৰাকীয়ে।
  • যোৱা ৪ দিনত তেওঁৰ সংস্পৰ্শলৈ অহা সকলক কোভিড টেষ্ট কৰাৰ আহ্বান জনালে বিধায়কগৰাকীয়ে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in