বিদায় কংগ্ৰেছঃ দল এৰিলে অসমৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই…

বিদায় কংগ্ৰেছঃ দল এৰিলে অসমৰ এজন জ্যেষ্ঠ কংগ্ৰেছ নেতাই…

.

  • কাৰ্বি আংলং জিলা কংগ্ৰেছৰ সম্পাদক তথা সাধাৰণ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰা বিদ্যাছিং ৰংপিৰ পদত্যাগ।
  • মঙলবাৰে দলৰ সাধাৰণ সম্পাদক (সাংগঠনিক) পদৰ লগতে দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে ৰংপিয়ে।
  • জিলা কংগ্ৰেছৰ সভাপতি বীৰেণছিং ইংতিলৈ প্ৰেৰণ কৰে পদত্যাগ পত্ৰ।
  • পদত্যাগ পত্ৰত ৰংপিয়ে কয় যে ব্যক্তিগত আৰু ঘৰুৱা সমস্যাৰ বাবে তেওঁ দলত আৰু সেৱা আগবঢ়াবলৈ সক্ষম নহয়।
  • ৰংপিয়ে দলৰ সকলো পদ আৰু সদস্যৰ পৰা পদত্যাগ কৰিছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in