শ্ৰীনগৰ অভিমুখী বিমানত বহিল ৰাহুল গান্ধীসহ বিৰোধী দলৰ ১২ নেতা…

শ্ৰীনগৰ অভিমুখী বিমানত বহিল ৰাহুল গান্ধীসহ বিৰোধী দলৰ ১২ নেতা…
  • শ্ৰীনগৰ অভিমুখী বিমানত বহিল কংগ্ৰেছ নেতা ৰাহুল গান্ধী।
  • ৰাহুল গান্ধীসহ বিমানত আছে ১২জনকৈ বিৰোধী দলৰ নেতা।
  • শ্ৰীনগৰত উপস্থিত হ'ব ৰাহুল গান্ধীৰ লগতে কেইবাজনো বিৰোধী নেতা।
  • নেতাগৰাকীৰ সৈতে যাব চিপিআই (এম), ৰাষ্ট্ৰীয় জনতা দল, নেশ্যনেলিষ্ট কংগ্ৰেছ পাৰ্টি, তৃণমূল কংগ্ৰেছ আৰু ডি এম কে দলৰ কেইবাজনো নেতা।
  • তেওঁৰ সৈতে গোলাম নৱী আজাদ, আনন্দ শৰ্মা, সীতাৰাম য়েচুৰী, ডি ৰাজা যোৱাৰ সম্ভাৱনা।
  • তেওঁলোক যোৱাৰ বাবে প্ৰস্তুতি চলোৱা বুলি জানিব পাৰি সষ্টম হৈছে জম্মু-কাশ্মীৰ প্ৰশাসন।
  • সংবিধানৰ ৩৭০ ধাৰা প্ৰত্যাহাৰৰ পাছতে বৰ্তমানলৈকে কোনো বিৰোধী ৰাজনৈতিক দলৰ নেতাক যাবলৈ দিয়া হোৱা নাই জম্মু-কাশ্মীৰলৈ।
  • জম্মু-কাশ্মীৰৰ তথ্য আৰু জনসম্পৰ্ক বিভাগে নেতাকেইগৰাকীক নাযাবলৈ আহ্বান জনাইছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in