শেহতীয়া খবৰ
ধেমাজিত প্ৰথমবাৰৰ বাবে জ্যেষ্ঠ নাগৰিকসকলৰ কাৰণে আবাসগৃহৰ দুৱাৰ মুকলি অনুষ্ঠান...  •  ৰাজ্যত পুনৰ ২৬৭৯ৰ দেহত কোভিড-১৯, আক্ৰান্তৰ সংখ্যা ৫৫,৪৯৬জনলৈ বৃদ্ধি...  •  টীয়কত নিষিদ্ধ ড্ৰাগছ ব্যৱসায় উচ্ছেদৰ দাবীত আছুকে ধৰি বিভিন্ন দল-সংগঠনৰ প্ৰতিবাদ...  •  সমাজসেৱীকা-ধৰ্মপ্ৰাণ স্বৰ্ণ প্ৰভা চেতিয়াৰ প্ৰথম মৃত্যু বাৰ্ষিকী উদযাপন...  •  কেৰেলাত বিমান দুৰ্ঘটনা...  •  ধেমাজিত আম আদমী পাৰ্টীৰ বান সাহায্য বিতৰণ...  •  কেৰালাত দুৰ্ঘটনাগ্ৰস্ত বিমানঃ বৈমানিকসহ নিহত ২জন, এনডিআৰএফ-অগ্নিনিৰ্বাপক বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত...  •  বিটিচিত বহিছিল অবৈধ চাকৰিৰ বজাৰ, কাৰ কাৰ চাকৰি গ’ল এতিয়া? সম্পূৰ্ণ তালিকা...  •  কেৰালাত বানৰ তাণ্ডৱ! দলং নিৰ্মাণ কৰি এনডিআৰএফ বাহিনীৰ উদ্ধাৰ অভিযান... VIDEO  •  অখিল গগৈক মুক্তিৰ দাবীত দলংঘাটত মানৱ শৃংখল কাৰ্যসূচী...

এমাহৰ ভিতৰত প্ৰিয়ংকা গান্ধীয়ে এৰিব লাগিব চৰকাৰী বাসগৃহ…

636

ডিজিটেল ডেস্কঃ কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আগন্তুক এমাহৰ ভিতৰত চৰকাৰী বাসগৃহ এৰিবলৈ নিৰ্দেশ প্ৰদান কৰা হৈছে। কেন্দ্ৰৰ ফালৰ পৰা কোৱা হৈছে যে, প্ৰিয়ংকা গান্ধীৰ পৰা যেতিয়াৰে পাৰ এছ পি জি আৰু জেদ প্লাছ সুৰক্ষা আতৰোৱা হৈছে, তেতিয়াৰে পৰা তেওঁ দিল্লীস্থিত লৌধি ৰোডত থকা চৰকাৰী আৱাসত থকাৰ যোগ্যতা নাই। যাৰ বাবে তেওঁ সেই চৰকাৰী আৱাসগৃহ খালী কৰিব লাগিব। চৰকাৰে প্ৰেৰণ কৰা নটিছত কোৱা হৈছে যে, ১ আগষ্টৰ ভিতৰত তেওঁ সেই চৰকাৰী বাসগৃহ খালী কৰিব লাগিব।

আপুনি পঢ়ি ভাল পাব পৰা বাতৰি